দিঠক মোৰ কল্পনাৰ সপোন
বেদনাই সঁচাই কান্দে নিৰাশাৰ অভিধানত,
কি এই বাৰে বাৰে বিসৰ্জনৰ চৰিত্ৰ
নিমাত পক্ষী ?
কল্পনা মায়াৰ অভিশাপ স্বৰূপ
বিতৰণ মৰ্যদা স্বাধীনতাৰ ......
অৰ্থহীন মোৰ সপোনৰ মমতা,
অতীতক লগ্নতাৰ পৰিচয় ।
বিলাসী নহওঁ বাটত
গভীৰতাত খোজৰ সম্ভাৰ,
নাই ওভতনিৰ মলয়া
আজিও নাৰাখো গামোচা ব'হাগৰ ।
বেদনাই সঁচাই কান্দে নিৰাশাৰ অভিধানত,
কি এই বাৰে বাৰে বিসৰ্জনৰ চৰিত্ৰ
নিমাত পক্ষী ?
কল্পনা মায়াৰ অভিশাপ স্বৰূপ
বিতৰণ মৰ্যদা স্বাধীনতাৰ ......
অৰ্থহীন মোৰ সপোনৰ মমতা,
অতীতক লগ্নতাৰ পৰিচয় ।
বিলাসী নহওঁ বাটত
গভীৰতাত খোজৰ সম্ভাৰ,
নাই ওভতনিৰ মলয়া
আজিও নাৰাখো গামোচা ব'হাগৰ ।







