শুৱনি আঘোণ (জয় চন্দ্ৰ শৰ্মা)

অনন্ত সেউজীয়া
সোণালী ধান
বিতোপন ৰাস
পুলকিত কৰে চৌপাশ

কৃষকৰ পৰা ৰজালৈ
অন্নৰ সুবাস
সুন্দৰ আঘোণতে

শুৱনি কৰে ভাষা
মানৱ দৰদী
ভকতিৰ উল্লাসৰে
জনমে জনমে ৷