জীৱনটোক বুজাই টান
প্ৰাপ্য আৰু প্ৰাপ্তিক লৈ কৰা হেতা উপৰা ৷
এটি য়েই মাথো পজা,
তাকো লৈ কৰা টনা আজোৰা ৷
কেতিয়াবা সুখী,
কেতিয়াবা দুখী,
সুখৰ পঁজাটি কৰা দেখি আজুৰা- আজুৰি
দুখবোৰ আহে উজাই পাৰ ভাঙি।
ঢিমিক ঢামাক আশাৰ লগত থাকি,
হুমুনিয়াহ বোৰ আহে বাগৰি।
আশাবোৰ সযত্নে ৰাখিছো ৷
আশাবাদী মনটোৰ বিননি,
শুনি ও নুশুনা হৈছো।
জীৱনটোক বাউলি হ'ব নিদি,
অভিমানী মনটোক কৰি কাবু,
উদযাপন কৰিছো এক জীয়া জীৱন ৷
ঠিকনাঃ তিনিচুকীয়া, শ্ৰীপুৰীয়া ৷
প্ৰাপ্য আৰু প্ৰাপ্তিক লৈ কৰা হেতা উপৰা ৷
এটি য়েই মাথো পজা,
তাকো লৈ কৰা টনা আজোৰা ৷
কেতিয়াবা সুখী,
কেতিয়াবা দুখী,
সুখৰ পঁজাটি কৰা দেখি আজুৰা- আজুৰি
দুখবোৰ আহে উজাই পাৰ ভাঙি।
ঢিমিক ঢামাক আশাৰ লগত থাকি,
হুমুনিয়াহ বোৰ আহে বাগৰি।
আশাবোৰ সযত্নে ৰাখিছো ৷
আশাবাদী মনটোৰ বিননি,
শুনি ও নুশুনা হৈছো।
জীৱনটোক বাউলি হ'ব নিদি,
অভিমানী মনটোক কৰি কাবু,
উদযাপন কৰিছো এক জীয়া জীৱন ৷
ঠিকনাঃ তিনিচুকীয়া, শ্ৰীপুৰীয়া ৷







