মানৱৰ মানৱীয় গুণ
অহমিকা বিসৰ্জন দি
দম্ভ গৰ্ব ভ্ৰান্তিৰ পৰা
দূৰৈত কৰা- এক অৱস্থান
নৈতিক মূল্যবোধ নীতিবোধৰ
ই এখন বৈধ অনুজ্ঞা পত্ৰ,
শ্লীলতাৰ মনিটৰত ভাঁহে
মহান মনিষীৰ চৰিত্র
ঔদ্ধত্য বিৰোধী আচৰণ
সভ্য শালীন পুৰুষাৰ্থ
আদৰ্শৰ ব্যতিক্রমী অৰ্থ
জীৱন- শৈলীৰ দেহৰ ভূষণ ।
সততাৰ পোছাকেই- শালীনতা,
ইয়াত নাই ব্যক্তি স্বাধীনতা
বিশ্বাস প্ৰত্যয়ৰ সংস্কৰণ
কৃষ্টি বিকাশৰ অগ্ৰণী হোতা ৷
সু- চৰিত্র গঠনৰ প্ৰক্ৰিয়া
বিজয় লক্ষ্যৰ সৱলীকৰণ
শালীনতা বৰ্জিত হ'লেই
জীৱন লৈ আহে অধঃপতন !
দূৰভাষঃ ৪ৃ৯৮৫৪৫৩৬৩৬৫
অহমিকা বিসৰ্জন দি
দম্ভ গৰ্ব ভ্ৰান্তিৰ পৰা
দূৰৈত কৰা- এক অৱস্থান
নৈতিক মূল্যবোধ নীতিবোধৰ
ই এখন বৈধ অনুজ্ঞা পত্ৰ,
শ্লীলতাৰ মনিটৰত ভাঁহে
মহান মনিষীৰ চৰিত্র
ঔদ্ধত্য বিৰোধী আচৰণ
সভ্য শালীন পুৰুষাৰ্থ
আদৰ্শৰ ব্যতিক্রমী অৰ্থ
জীৱন- শৈলীৰ দেহৰ ভূষণ ।
সততাৰ পোছাকেই- শালীনতা,
ইয়াত নাই ব্যক্তি স্বাধীনতা
বিশ্বাস প্ৰত্যয়ৰ সংস্কৰণ
কৃষ্টি বিকাশৰ অগ্ৰণী হোতা ৷
সু- চৰিত্র গঠনৰ প্ৰক্ৰিয়া
বিজয় লক্ষ্যৰ সৱলীকৰণ
শালীনতা বৰ্জিত হ'লেই
জীৱন লৈ আহে অধঃপতন !
দূৰভাষঃ ৪ৃ৯৮৫৪৫৩৬৩৬৫







