ৰাধা (গায়ত্ৰী দেৱী বৰঠাকুৰ)

ৰাধা
মোহনৰ এধাৰি মালা
এষাৰি প্ৰাচীন আধৰুৱা কবিতা !
ৰাধা
শুকায়ো কাহানিও নুশুকুৱা
বিৰামহীন যমুনা...
গিৰীধৰৰ বংশীৰ ৰাগ আদৰুৱা..!!

ঠিকনাঃ শোণিতপুৰ
দূৰভাষঃ ৮৮২২৯৪৩০৬৪