যেতিয়াৰ পৰা
বন্দুকৰ নলীৰ সন্মুখত
মানৱতাক ফাঁচী দিয়া হয়
তেতিয়াই এটা বীণ বাজে
প্ৰলয়ে ক'লা ঘোঁৰাত উঠে
কোনোৱে গম নোপোৱাকৈ
এজাক বতাহ বলিব ধৰে
যিদিনা উগ্ৰৰ্মূতি ধাৰণ কৰিব
সেই দিনটোলৈ ভয় লগা হৈছে
তেতিয়া কিন্তু ৰাজনীতি, ধৰ্ম, বিজ্ঞানৰ
কোনো নীতি নচলিব
ঠিকনাঃ বোকাখাত
জিলাঃ গোলাঘাট
পিনঃ ৭৮৫৬১২
দূৰভাষঃ ৮৭২০৯৫৭২৯৯
বন্দুকৰ নলীৰ সন্মুখত
মানৱতাক ফাঁচী দিয়া হয়
তেতিয়াই এটা বীণ বাজে
প্ৰলয়ে ক'লা ঘোঁৰাত উঠে
কোনোৱে গম নোপোৱাকৈ
এজাক বতাহ বলিব ধৰে
যিদিনা উগ্ৰৰ্মূতি ধাৰণ কৰিব
সেই দিনটোলৈ ভয় লগা হৈছে
তেতিয়া কিন্তু ৰাজনীতি, ধৰ্ম, বিজ্ঞানৰ
কোনো নীতি নচলিব
ঠিকনাঃ বোকাখাত
জিলাঃ গোলাঘাট
পিনঃ ৭৮৫৬১২
দূৰভাষঃ ৮৭২০৯৫৭২৯৯







