বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
বৰষুণ (বৰ্ণিল)
মোৰ আজন্ম প্ৰেমিকা ৷
মই নিবিচাৰিলেও,
চুচুক- চামাককৈ সদায়ে
মোৰ পিছে পিছে আহে তাই ৷
মোৰ মাজত বিলীন হ'ব খোজে
তাইৰ বুকুৰ উমত পাগল কৰিব খোজে
দেহৰ মাজেৰে হৃদয়ত প্ৰৱেশ কৰে,
জুৰুলি- জুপুৰি হওঁ মই
আৰু তাই সুখী হয় ৷
ঠিকনাঃ ফৰকাটিং, গোলাঘাট
ফোন- ৭০০২৭২৬৯০৮