বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
কবিতা (দীপিকা দত্ত)
মই এটি কবিতা লিখিম
ভাল নে বেয়া
বিচাৰ কৰিবা তুমি, আপুনি বা তেওঁ ।
বিচাৰ কৰিবা তোমাৰ বা আপোনাৰ আৱেগ অনুভূতিবোৰ তুলনা কৰি
মোৰ কবিতাৰ সমল কি তুমিয়েই বিচাৰিবা
মই মাথোঁ লিখি যাম
আদিৰ পৰা অন্তলৈ ৷
ঠিকনাঃ দুলীয়াজান