বতাহ, বিজুলী, ঢেৰকনি,
তাৰ পিছত হিলদল ভাঙি অহা এজাক বৰষুণ ।
পংগু হৈ পৰা
সেউজীয়াবোৰে
চকমকাই
সাৰ পাই উঠিছিল ৷
নিষ্ফল হৈ পৰা
হালধীয়াবোৰে,
সেউজীয়াৰ হাঁহি মাৰিছিল ।
নপুংশক হৈ পৰা হালধীয়াবোৰ,
ক্ৰমশঃ
সেউজীয়ালৈ
গতি কৰিছিল ৷
শ্ৰেণীঃ দশম
দূৰভাষঃ ৯৯৫৪৬৪৭৩১৫