অনুভৱ (মাহবুবুৰ ৰহমান)


কেৱল আজিয়েই নহয় প্ৰতিটো মুহূৰ্ত সময় অতি বেছি মনত পৰা শিক্ষাগুৰু সকল অতি শ্ৰদ্ধাৰ প্ৰাণ প্ৰিয় ক্ৰমে জেষ্ঠ প্ৰবক্তা ড°শেৱালি বৰা মেম, অধ্যাপক শ্বৰিফুল ইছলাম ছাৰ, প্ৰবক্তা পৰিস্মিতা বৰা মেম, অধ্যাপক পৰাগ দত্ত ছাৰ, অধ্যাপিকা জাহ্নবি দাস মেম, principal ড° মানশিখা বৰুৱা মেম, ম্ৰিনময় মজুমদাৰ ছাৰ, প্ৰবক্তা অনুপমা গায়ন মেম, অধ্যাপিক অৰ্চনা তালুকদাৰ, ড° সুনাৰাম নাথ, প্ৰবক্তা ৰুনজুন বৰা, তুলিকা বৰা, প্ৰবক্তা ৰুমী মেম, ৰিজুমনি কোঁৱৰ, ড° মিলন নেওগ, প্ৰবক্তা মিতালী দেৱী, লীনা শইকীয়া, সৌৰজিৎ নাথ, মিথুন দাস, প্ৰবক্তা বন্দনা মেম, ড° জলীন প্ৰকাশ চেতীয়া, ড° অজিত বৰালি, মেহদি ইকবাল, বিজয় কুমাৰ শইকীয়া, আঃ কৰিম, প্ৰাঞ্জল হাজৰিকা, আঃ হেকিম, হাবি ছাৰ, ছামচুল ছাৰ, ছাবিনা মিছ, দিলদাৰ ছাৰ বিশেষ বাবে উল্লেখযোগ্য ।
আজি শিক্ষক দিৱস এই দিনটোত মোৰ জীৱনত ল'গ পোৱা প্ৰতিগৰাকী শিক্ষা গুৰুক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতাৰ বাৰ্তা প্ৰেৰণ কৰি মোৰ অন্তৰৰ গভীৰতাৰ পৰা শিক্ষক দিৱসৰ অকৃতিম শুভেচ্ছা জ্ঞাপন কৰিলোঁ । লগতে তেওঁলোকৰ সুখ, শান্তিময় আৰু দীৰ্ঘ জীৱন কমনা কৰিলো.. "Happy teachers day to all of my heart touching teachers"